June 9, 2024 আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ। সন্ধিয়া ৮ বজাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব মেচ। নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন। মেচখনক লৈ তীব্ৰ উৎকণ্ঠা ক্ৰীড়াপ্ৰেমী ৰাইজৰ। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026 কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন দৈনন্দিন বাৰ্তা - January 21, 2026