June 17, 2024 দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, নিহত সংখ্যা ৮জনলৈ বৃদ্ধি; আহত ২০০ৰো অধিক… Share FacebookTwitterWhatsAppTelegramKooEmail পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ। এইপৰ্যন্ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে। আনহতে ২০০ৰো অধিক যাত্ৰী আহত হৈছে। ৰে’ল দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026