June 21, 2024 মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল! Share FacebookTwitterWhatsAppTelegramKooEmail আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল। সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন। ১ লাখ টকা বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026