June 21, 2024 আজি জামিন লাভ নকৰে অৰবিন্দ কেজৰিৱালে! Share FacebookTwitterWhatsAppTelegramKooEmail অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ। কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED। আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল। দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - October 19, 2026 পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক দৈনন্দিন বাৰ্তা - October 17, 2026