June 23, 2024 T20 বিশ্বকাপৰ দ্বিতীয়খন SUPER-8ত বাংলাদেশক পৰাস্ত টীম ইণ্ডিয়াৰ… Share FacebookTwitterWhatsAppTelegramKooEmail T20 বিশ্বকাপত টীম ইণ্ডিয়াৰ জয়যাত্ৰা অব্যাহত। দ্বিতীয়খন SUPER 8ত টীম ইণ্ডিয়াৰ জয়লাভ। বাংলাদেশৰ বিৰুদ্ধে ৫০ ৰানত জয়ী ভাৰত। বাংলাদেশক ১৯৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। বাংলাদেশে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৬ ৰান। Author: দৈনন্দিন বাৰ্তা Related Articles IPL 2026 in trouble: দৰ্শক অবিহনে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPL মেচ দৈনন্দিন বাৰ্তা - May 18, 2026 অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব দৈনন্দিন বাৰ্তা - May 15, 2026 World Cup 2026 song: নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা দৈনন্দিন বাৰ্তা - May 9, 2026