বিবাহপাশত আৱদ্ধ হৈ বিপদত অভিনেত্ৰী সোনাক্ষী সিনহা…

মুছলমান যুৱকেৰে বিবাহপাশত আৱদ্ধ হৈ বিপদত পৰিছে অভিনেত্ৰী সোনাক্ষী সিনহা। বিহাৰত প্ৰৱেশ নিষিদ্ধ কৰিলে সোনাক্ষী সিনহাৰ। বিবাহৰ বিৰোধিতাৰে পোষ্টাৰ লগালে পাটনাত।

২৩ জুনত সম্পন্ন হৈছিল ইকবাল আৰু সোনাক্ষী সিনহাৰ বিবাহ।পিতৃ শত্ৰুঘ্ন সিনহাক সমগ্ৰ ঘটনাতো পুনৰ বিবেচনা কৰি চাবৰ বাবেও আহ্বান জনায় হিন্দু ভৱানী সেনাই।

Related Articles