June 27, 2024 নলবাৰীত ১৪ সংখ্যক অসম কেবিনেট বৈঠক Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীত ১৪ সংখ্যক অসম কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই তাৰ পিচত মুখ্যমন্ত্ৰী গৰাকীয়ে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু FAAMCH ৰ উন্নয়নৰ মূল্যায়নৰ বাবেও বৰপেটা ভ্ৰমণ কৰিব | Author: দৈনন্দিন বাৰ্তা Related Articles অন্ত পৰিল অম্বুবাচী মহাযোগৰঃ মা কামাখ্যাৰ আশিস ল’বলৈ অগণন ভক্ত দৈনন্দিন বাৰ্তা - June 26, 2026 মুম্বাই আইআইটি আৰু অষ্ট্ৰেলিয়াত অধ্যয়নৰ সুযোগ মাৰ্ঘেৰিটাৰ অম্লানজ্যোতি গগৈৰ দৈনন্দিন বাৰ্তা - June 25, 2026 শৰাইঘাট নাট্য গোষ্ঠীৰ উদ্যোগত জনকল্যাণ ছ’চাইটি, সাংস্কৃতিক বিদ্যালয় আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত গুৱাহাটীত মহা অম্বুবাচী ভক্ত সেৱাৰ আয়োজন দৈনন্দিন বাৰ্তা - June 25, 2026