June 28, 2024 T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত, ছেমি ফাইনেলত ৬৮ ৰানত জছ বাটলাৰ বাহিনীক পৰাস্ত টীম ইণ্ডিয়াৰ… Share FacebookTwitterWhatsAppTelegramKooEmail T20 বিশ্বকাপ ২০২৪ৰ ট্রফীলৈ আৰু এটা খোজ বাকী৷ T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ৷ ছেমি ফাইনেলত ইংলেণ্ডক সহজে পৰাস্ত কৰিলে টীম ইণ্ডিয়াই৷ ৬৮ ৰানত পৰাজিত জছ বাটলাৰ বাহিনী৷ Author: দৈনন্দিন বাৰ্তা Related Articles Lionel Messi: বিশ্বকাপত সৰ্বাধিক গ’লৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছীৰ দৈনন্দিন বাৰ্তা - June 17, 2026 কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় মুকলি স্কেটিং চেম্পিয়নশ্বিপত সোণ, ৰূপ আৰু ব্ৰঞ্জ লাভ অসমৰ দৈনন্দিন বাৰ্তা - June 15, 2026 ভাৰতৰ হাতত পুনৰ পৰাস্ত পাকিস্তানঃ পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - June 15, 2026