May 18, 2020 শিলঘাটত সাপ উদ্ধাৰ Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ’ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত। Author: দৈনন্দিন বাৰ্তা Related Articles হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - April 30, 2026 শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ দৈনন্দিন বাৰ্তা - April 30, 2026 ৰিয়ানৰ বিৰুদ্ধে কঠোৰ BCCI: জৰিমনা বিহিলে ৰিয়ান পৰাগক দৈনন্দিন বাৰ্তা - April 30, 2026