June 29, 2024 আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল, মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা… Share FacebookXWhatsAppTelegramKooEmail আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল৷ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷ বাৰ্বাডোজত নিশা ৮ বজাত অনুষ্ঠিত হ’ব ফাইনেল মেচখন৷ খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী। Author: দৈনন্দিন বাৰ্তা Related Articles কিড্চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ দৈনন্দিন বাৰ্তা - November 26, 2026 মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ দৈনন্দিন বাৰ্তা - November 25, 2026 ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ দৈনন্দিন বাৰ্তা - November 25, 2026