July 1, 2024 জুলাই মাহৰ প্ৰথম দিনটোতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য… Share FacebookTwitterWhatsAppTelegramKooEmail জুলাই মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ ভাল খবৰ৷ কিয়নো হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷ ৩০টকা পৰ্যন্ত দাম হ্ৰাস পালে প্ৰতিটো LPG চিলিণ্ডাৰৰ দাম৷ দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত দাম কমিল চিলিণ্ডাৰৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা দৈনন্দিন বাৰ্তা - March 17, 2026 জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰৰ অভাৱত বিপদত অনুৰাগী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026