July 5, 2024 আজি সাংসদ ৰূপে শপত ল’ব অমৃতপাল সিঙে… Share FacebookTwitterWhatsAppTelegramKooEmail আজি সাংসদ হিচাপে শপত ল’ব অমৃতপাল সিঙে। পুৱতিনিশা ডিব্ৰুগড় কাৰাগাৰৰ পৰা দিল্লীলৈ নিয়া হয় অমৃতপাল সিঙক। শপতগ্ৰহণৰ বাবে ৪ দিন মুকলি আকাশৰ তলত থাকিব অমৃতপাল সিং। শপতগ্ৰহণৰ পিছতে কাৰাগাৰলৈ উভতিব অমৃতপাল। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026