July 16, 2024 গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ। কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি। GRP, RPFৰ অভিযানত জব্দ চুপাৰিখিনি। ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি। Author: দৈনন্দিন বাৰ্তা Related Articles ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025 শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ । দৈনন্দিন বাৰ্তা - December 16, 2025 উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025