July 18, 2024 ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন… Share FacebookTwitterWhatsAppTelegramKooEmail ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন৷ হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰাইন জিন পেৰীয়ে সদৰী কৰিছে এই কথা৷ ক’ভিড 19ৰ লক্ষণ ধৰা পৰিছে ৰাষ্ট্ৰপতি জো বাইডেনৰ শৰীৰত৷ Author: দৈনন্দিন বাৰ্তা Related Articles Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত দৈনন্দিন বাৰ্তা - July 27, 2025 Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ত শিৰোনাম দখল কৰিব ছানী লিয়নে দৈনন্দিন বাৰ্তা - July 27, 2025 American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই ! দৈনন্দিন বাৰ্তা - July 27, 2025