July 19, 2024 নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্তক আটক৷ অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ৷ নিহত গাঁওপ্ৰধান চিৰন্তন বৰদলৈৰ গাঁৱতে ঘৰ অভিযুক্ত পলাশৰ৷ কঠিয়াতলীৰ দৈনিক বজাৰত নৃশংসভাৱে হত্যা কৰিছিল গাঁওপ্ৰধানক৷ Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026