July 20, 2024 আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস… Share FacebookTwitterWhatsAppTelegramKooEmail আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস। প্ৰতি বছৰে ২০ জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় দবা খেল দিৱস পালন কৰা হয়। অসমতো দবা খেলৰ এক নতুন পৰিৱেশ গঢ়ি উঠিছে। আন্তঃৰাষ্ট্ৰীয় দবা খেলৰ শুভেচ্ছা জনালে অসম গণ পৰিষদ দলেও। Author: দৈনন্দিন বাৰ্তা Related Articles “বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ” সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ দৈনন্দিন বাৰ্তা - February 5, 2026 ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ। দৈনন্দিন বাৰ্তা - February 4, 2026 যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026