July 21, 2024 ঢেঁকীয়াপতীয়াৰ পাছত ধিঙত বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক… Share FacebookTwitterWhatsAppTelegramKooEmail ঢেঁকীয়াপতীয়াৰ পাছত এইবাৰ ধিঙত বন গাহৰিৰ আতংক। বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক। পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ লোকজনক। আহত ব্যক্তিজন ধিঙৰ বিৰিঙাবাৰীৰ আতাবুৰ ৰহমান। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026