July 21, 2024 উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা, পাহাৰৰ পৰা পথৰ ওপৰত খহি পৰিল শিল… Share FacebookTwitterWhatsAppTelegramKooEmail উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা। পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু। ঘটনাত আহত হৈছে ২ জন লোক। যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ। Author: দৈনন্দিন বাৰ্তা Related Articles দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - October 19, 2026 পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক দৈনন্দিন বাৰ্তা - October 17, 2026