July 21, 2024 উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা। পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু। ঘটনাত আহত হৈছে ২ জন লোক। যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026