July 21, 2024 লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। অভিযানত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰীক। জব্দ ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ধৃত সৰবৰাহকাৰীটো টেঙাগুৰিৰ ছাকিল আনোৱাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026