July 24, 2024 নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা! নিহত ৫ জনকৈ লোক… Share FacebookTwitterWhatsAppTelegramKooEmail নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। বৰ্তমানলৈকে দুৰ্ঘটনাটোত মৃত্যু হয় ৫ জনকৈ লোকৰ। Author: দৈনন্দিন বাৰ্তা Related Articles উৎক্ষেপণৰ বাবে সাজু বিক্ৰম-১ দৈনন্দিন বাৰ্তা - July 3, 2026 ভাৰত-জাপানৰ কৌশলগত সম্পৰ্কলৈ নতুন গতি: প্ৰতিৰক্ষা, AI, শক্তি আৰু অৰ্থনৈতিক সহযোগিতাৰ একাধিক চুক্তি স্বাক্ষৰ ।India, Japan দৈনন্দিন বাৰ্তা - July 2, 2026 তামিলনাডুত মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ চৰকাৰক লৈ ৰাজনৈতিক ধুমুহা, ‘বিধায়ক কিনা-বেচা’ৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ সংঘাত । TVK দৈনন্দিন বাৰ্তা - July 2, 2026