July 25, 2024 কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক… Share FacebookTwitterWhatsAppTelegramKooEmail কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক। আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক। Author: দৈনন্দিন বাৰ্তা Related Articles মঠঘৰীয়া পাহাৰত ছামিমৰ পোছাক উদ্ধাৰ আৰক্ষীৰ… দৈনন্দিন বাৰ্তা - May 1, 2026 শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ দৈনন্দিন বাৰ্তা - April 28, 2026