July 30, 2024 আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ভাৰত-শ্ৰীলংকাৰ তৃতীয়খন T-20 মেচ৷ সূৰ্যকুমাৰৰ নেতৃত্বত যুঁজত নামিব টীম ইণ্ডিয়া৷ ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰিছে ভাৰতে৷ শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব খেলখন। Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ দৈনন্দিন বাৰ্তা - June 29, 2026 ৰাষ্ট্ৰীয় পেন্চাক চিলাট প্ৰতিযোগিতাত অসমৰ সাফল্যঃ পাঁচটা পদক জয় দৈনন্দিন বাৰ্তা - June 29, 2026 ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা দৈনন্দিন বাৰ্তা - June 24, 2026