August 1, 2024 পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ স্বপ্নীল কুশালৰ… Share FacebookTwitterWhatsAppTelegramKooEmail পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক। ৫০ মিটাৰ এয়াৰ ৰাইফলচত ব্ৰঞ্জৰ পদক স্বপ্নীল কুশালেৰ। বৃহস্পতিবাৰে ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰি পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে স্বপ্নিল কুশালে। Author: দৈনন্দিন বাৰ্তা Related Articles ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ। দৈনন্দিন বাৰ্তা - February 4, 2026 যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 Pilot Shambhavi Pathak: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে দৈনন্দিন বাৰ্তা - January 28, 2026