August 2, 2024 ধুবুৰীত অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান… Share FacebookXWhatsAppTelegramKooEmail ধুবুৰীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক৷ অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান৷ ৰাকিবুল ইছলাম আহমেদ নামৰ জোৱানজনক আটক৷ জোৱানজনে বিজেপিৰ নেতা বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল ধন৷ Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026