August 4, 2024 পেৰিছ অলিম্পিকত আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ মুখামুখি হ’ব লাভলীনা… Share FacebookTwitterWhatsAppTelegramKooEmail পেৰিছত আজি পদক নিশ্চিতিৰ যুঁজত নামিব লাভলীনা। ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ প্ৰতিদ্বন্দ্বী প্ৰতিদ্বন্দ্বী চীনৰ লি কিয়ান। বিয়লি ৩:০২ বজাত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল। Author: দৈনন্দিন বাৰ্তা Related Articles জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ দৈনন্দিন বাৰ্তা - October 2, 2026 বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026