August 4, 2024 বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি… Share FacebookTwitterWhatsAppTelegramKooEmail বিহাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি । ভাবুকিভৰা ই-মেইল প্ৰেৰণ দুৰ্বৃত্তৰ। নীতিশ কুমাৰ পূৰ্বে অল-কায়েদাৰে জড়িত থকাৰ অভিযোগ পত্ৰত। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল। Author: দৈনন্দিন বাৰ্তা Related Articles উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025