August 6, 2024 জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় এথলেটিক নীৰজ চোপ্ৰা। ৮৯.৩৪ মিটাৰ দূৰত্বৰে জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ কৰে নীৰজ চোপ্ৰাই। ৮ আগষ্টত অনুষ্ঠিত হ’ব ফাইনেল খেল। নিশা ১১.৫০ বজাত অনুষ্ঠিত হ’ব ফাইনেল খন । Author: দৈনন্দিন বাৰ্তা Related Articles জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ দৈনন্দিন বাৰ্তা - October 2, 2026 বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026