August 6, 2024 ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail অশান্ত বাংলাদেশ! ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। আজিৰে পৰা সীমান্তৰ জিৰ’ লাইন এলেকাত বন্ধ কৰা হৈছে খেতি-বাতি। পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব খেতিপথাৰৰ কাম। এই কথা সদৰী কৰিছে BSFৰ শীৰ্ষ সূত্ৰই। Author: দৈনন্দিন বাৰ্তা Related Articles উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 ঝাৰখণ্ডত JSSC-CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - August 18, 2026 ‘বিকশিত ভাৰত’ৰ সংকল্পৰে লালকিল্লাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ কি আহ্বান দৈনন্দিন বাৰ্তা - August 15, 2026