August 7, 2024 কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ। কাজিৰঙাৰ গেলেকীৰ পৰা যোৰহাট অভিমুখী আছিল বাহনখন। বনকৰ্মীয়ে তত্পৰতাৰে জব্দ কৰে চোৰাং কাঠসহ বলেৰ’ ভানখন। বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে বনকৰ্মীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles Elvish Yadav: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা দৈনন্দিন বাৰ্তা - August 17, 2025 Fake certificates: অর্ধ শতাধিক শিক্ষক পদৰ প্ৰাৰ্থীক গোচৰ ৰুজু কৰি CIDয়ে আৰম্ভ কৰিছে তদন্ত দৈনন্দিন বাৰ্তা - August 13, 2025 হেমন্ত দত্তৰ প্ৰয়ানত শোক । HEMANTA DUTTA দৈনন্দিন বাৰ্তা - August 12, 2025