গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ইছা দাসৰ কথা সুৰ আৰু কন্ঠৰে সমৃদ্ধ নেভাৰ লেট ইউ গ’ শীৰ্ষক ইংৰাজী ভাষাৰ এটি গীত আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ বিশিষ্ট কন্ঠশিল্পী জে পি দাসে গীতটিৰ শুভ উন্মোচন কৰে ৷ তেওঁ এইক্ষেত্ৰত ইছা দাসক ভূৱসী প্ৰশাংসা কৰাৰ লগতে ভবিষ্যত অসমৰ সংগীত আকাশৰ এক উজ্বল নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আশীষ প্ৰদান কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় কন্ঠশিল্পী অনুপম শইকীয়া, জনপ্ৰিয় কন্ঠশিল্পী ৰুপম ভঞা সন্ধামেনন, প্ৰসিদ্ধ গীতাৰ বাদক বুলবুল দাস , জয়ন্ত গগৈ উপস্থিত থাকি ইছা দাসৰ উজ্জ্বল ভবিষ্যত কামনা কৰাৰ লগতে গীতটিৰ সম্পৰ্কে চমু বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে ভাৰতবৰ্ষৰ মুক্তিৰ পুৰ্বে গীতটি লন্ডনৰএফ এম প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈ বিপুল সমাদাৰ লাভ কৰাৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ৷ শিশু শিল্পী ইছা দাসে ষষ্ঠ শ্ৰেনীত নিজে লিখি সুৰ কৰি বানীবদ্ধ কৰে সপ্তম শ্ৰেনীত ৷ সম্প্ৰতি নৱম মান শ্ৰেনীৰ অধ্যায়নগত ইছা দাস ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…