August 20, 2024 শৃংখল চলিহাৰ জয় ! অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে… Share FacebookTwitterWhatsAppTelegramKooEmail অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে৷ দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ গৌৰৱ ছোমানীৰ৷ ১৮ আগষ্টত শৃংখল চলিহাৰ বিৰুদ্ধে তৰিছিল গোচৰ৷ গোচৰ প্ৰত্যাহাৰ নকৰিলে আলফা(স্বাঃ)ই কঠোৰ ব্যৱস্থা লোৱাৰ দিছিল ভাবুকি৷ Author: দৈনন্দিন বাৰ্তা Related Articles মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026 ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ দৈনন্দিন বাৰ্তা - August 26, 2026 কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক দৈনন্দিন বাৰ্তা - August 26, 2026