কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত ডাঙৰ সিদ্ধান্ত।
বৈঠকত বানপীড়িতৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ সাহায্য।
PMAY-Gৰ অধীনত অসমত ৩.৮ লাখ নতুন ঘৰ অনুমোদন।
বানপীড়িত অঞ্চলত আৰু অধিক PMAY ঘৰ অনুমোদনৰ আশ্বাস কেন্দ্ৰৰ।
PMAY-Gৰ হিতাধিকাৰী চিনাক্তকৰণৰ জৰীপৰ সময়সীমা ১৫ দিন বৃদ্ধি।
কোনো যোগ্য বানপীড়িত পৰিয়াল যাতে বাদ নপৰে, তাৰ বাবে বিশেষ ব্যৱস্থা।
বানপীড়িত কৃষকৰ বাবে ৮৩২.৭০ কোটি টকাৰ কৃষি কার্যপন্থা অনুমোদন কার্যপন্থা।
কৃষি যান্ত্রিকীকৰণৰ বাবে ৩৩.৩৬ কোটি টকা অনুমোদন।
কেন্দ্ৰৰ সহায়ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক কৃতজ্ঞতা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

