চৰকাৰলৈ কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
উচ্ছেদিত পৰিয়াললৈ বৃহৎ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
উচ্ছেদিতক পুনৰ সংস্থাপন কৰাব লাগিব চৰকাৰে।
পুনর্বাসন আৰু ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।
গোৱালপাৰা হাচিলা বিল, কামৰূপৰ বঙৰা, নগাঁৱৰ কচুৱাৰ উচ্ছেদিতলৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
১৬ ডিচেম্বৰৰ পূৰ্বে উচ্ছেদিত পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ আৰু পুনর্বাসন প্ৰক্ৰিয়া কি দৰে কৰিব তাৰ শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

