সাতজনমৰ বাবে এক হ’ল অনিৰুদ্ধ ৰবিচন্দ আৰু কাব্যা মাৰণ…

১১:১১তেই সাতজনমৰ বাবে এক হ’ল অনিৰুদ্ধ ৰবিচন্দ আৰু কাব্যা মাৰণ।

বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী তথা CEO কাব্যা মাৰণ।

জীৱনৰ নতুন অধ্যায়ৰ পাতনি মেলি অনিৰুদ্ধই লিখিলে “My once in a lifetime, for a lifetime 11:11”

তেওঁলোক দুয়োৰে বিয়াৰ ফটো চাওক-


Related Articles