August 22, 2024 এহাতে স্মাৰ্ট মিটাৰ আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ… Share FacebookTwitterWhatsAppTelegramKooEmail স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল ৰাজ্য। বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ। এহাতে স্মাৰ্ট মিটাৰ, আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়কজনৰ। স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান অখিল গগৈৰ। Author: দৈনন্দিন বাৰ্তা Related Articles আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব… দৈনন্দিন বাৰ্তা - September 1, 2026 আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি দৈনন্দিন বাৰ্তা - September 1, 2026 ক্ষেত্ৰীত পুনৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল নৈশ বাছ দৈনন্দিন বাৰ্তা - September 1, 2026