August 29, 2024 আছুৰ ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ… Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ ডিব্ৰুগড় জিলা সভাপতিৰ পদত্যাগ। ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ। ব্যক্তিগত কাৰণত পদত্যাগ ছাত্ৰনেতাজনৰ। ২০২০ত ডিব্ৰুগড় জিলা আছুৰ সাধাৰণ সম্পাদক আছিল গগৈ। ২০২৪ত লাভ কৰিছিল ডিব্ৰুগড় জিলা আছুৰ সভাপতিৰ দায়িত্ব। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026