তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আজি শিল্পী দিৱস উদযাপন কৰা হয় । তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে আজি পুৱাই আহি তেজপুৰ সাহিত্য সভাত উপস্থিত হৈ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । পোনতে বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি বাসুদেৱ শৰ্মা তেজপুৰ সাহিত্য সভাৰ উপসভাপতি ৰুমা দেৱী উপদেষ্টা মৃণালী চেতিয়াই । বিশিষ্ট ব্যক্তি সকল শৈলজা পদ্মাপতি, মাধৱ দাস, নলিনী বৰুৱা, বেণুধৰ কাকতি , ৰবীন শৰ্মা, ঐশ্বয্য কাকতি, ড° অৱনী কুমাৰ শৰ্মা, চালাতুল আলম, অৰুণ নাথ, কৃষ্ণা দাস নাথ, মনোমতী কুৰ্মী, ড°চাৰু চহৰীয়া নাথ, জগন্নাথ বৰা, সচ্চিদানন্দ বৰা, অজিত দাস, ভবানন্দ দাস, বংকিম শৰ্মা, বৃন্দাবন গোস্বামী, ভুবন গগৈ, দিলীপ বৰা, শান্তনু মহন্ত, ভূপেন শৰ্মা, কামাল ৰচিদ আহমেদ, জয়ন্ত কাকতি, তাজ হুচেইন, সঞ্জয় কৃষ্ণ গোঁহাই বৰুৱা, মৃগেন বৰা, পুলিন ভট্টাচাৰ্য, ৰমেশ কলিতা, তৰুণ লহকৰ, বাৰ্লিন শইকীয়া, ভূপেন কটকী, বিশ্ব বড়ো, ময়ুৰ কাঞ্চন বৰা আদিকে ধৰি তেজপুৰৰ সমাজ সাহিত্য সাংস্কৃতিক আৰু সংবাদ ক্ষেত্ৰ খনৰ অগ্ৰণী ব্যক্তি সকলে মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । শিল্পীসচ্চিদানন্দ বৰা, অন্বেষা কাঞ্চন বৰা, বিতোপন বৰা, অশ্লেষা কৌশিক, সীমান্ত কাকতি, অজিত দাস, কামাল ৰচিদ আহমেদ, ইধা ভৰদ্বাজ, হৰ্ষিতা কাশ্যপ আদি শিল্পী সকলে জ্যোতি সংগীত পৰিবেশন কৰে । ইয়াৰ লগতে তেজপুৰ সাহিত্য সভাৰ মহিলা সদস্য সকলে সমবেত সংগীত পৰিবেশন কৰে । আঁত ধৰে সম্পাদক দেৱব্ৰত শৰ্মাই । উপসভানেত্ৰী ৰুমা দেৱীয়ে শিল্পী দিৱসৰ তাৎপৰ্যৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কচুঃ কচু হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী, চুগাৰো নিয়ন্ত্ৰণত ৰাখে! জানক কচুৰ উপকাৰিতাৰ বিষয়ে…
- হনুমান চালিছাঃ হনুমান চালিছা অতি শক্তিশালী বুলি গণ্য কৰা হয়, জপ কৰিলেই সকলো বিপদ নাইকিয়া হয়…
- কৰীনা কাপুৰৰ ‘মাতৃ দিৱস’ৰ বিশেষ কেকটো কোনে মনে মনে খালে? কেক বিচাৰি হাহাকাৰ…
- আল্লু অৰ্জুন, জুনিয়ৰ এন টি আৰ; ৰাজামৌলিৰ ভোটদান। ৰাইজক আহ্বানঃ সাৱধানে ভোট দিয়ক, আগন্তুক ৫ বছৰৰ বাবে অতি গুৰুত্বপূৰ্ণ…
- মন্দিৰত পূজাৰীয়ে প্ৰসাদ হিচাপে দিয়া ফুলবোৰ কি কৰে? পেলাই দিয়ে নেকি, নিদিব…
- পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ…
- কেনেকৈ সুখী হ’ব পাৰিব? অবিবাহিত হৈ সুখী হোৱাটো আপোনাৰ বাবে সহজ নে…
- ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত আয়েশা হাজৰিকা…
- ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচন…
- নেমুৰ চাহঃ আপুনিও নেমু মিহলি কৰি চাহ খায় নেকি? ইয়াৰ ফলত হ’ব পাৰে বৃক্কৰ ক্ষতি…