বিগত বছৰৰ দৰে শিৱসাগৰ চেছ একাডেমীৰ মাডাৰ্চ ফৰামৰ উদ্যোগত আৰু শিৱসাগৰ চেছ একাডেমীৰ সহযোগত অহা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস উপলক্ষে শিৱসাগৰ ছোৱালী কলেজত দিনজোৰাকৈ শিৱসাগৰ জিলাভিত্তিক মুকলি দ্ৰুত দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ নামভৰ্তিৰ মাচুল ২০০ টকা । প্ৰতিযোগীসকলে অহা ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাৰ ভিতৰত শিৱসাগৰ চেছ একাডেমীত নামভৰ্তি নিশ্চিত কৰিব লাগিব । অৰ্থাৎ ২৬ জানুৱাৰীৰ দিনা কোনোধৰণৰ নামভৰ্তি নহ’ব । বয়সৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক । প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে জিলা দবা সন্থাৰ পৰা অনুমতি লোৱা হৈছে। প্ৰতিযোগীসকলে চুইছ লীগ পদ্ধতিৰে দবা ঘড়ীৰ সহায়ত ১০ মিনিট ৩ ছেকেণ্ড ইনক্ৰিমেন্ট সময়ত ৭ ৰাউণ্ড খেলিব লাগিব। প্ৰতিযোগিতাখন অনুৰ্দ্ধ ৯, ১৩,আৰু ১৭ বছৰৰ ল’ৰা – ছোৱালীৰ শাখাত খেলুৱা হ’ব । প্ৰতিটো শাখাৰ প্ৰথম চাৰিটা স্থান লাভ কৰা সকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰাৰ উপৰিও অংশ গ্ৰহণ কৰা সকলোকে মানপত্ৰ প্ৰদান কৰা হ’ব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…