সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ,ফিল’বাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত মহমাৰা শাখা সমিতি আজি গঠন কৰে। ফিল’বাৰী মহমৰা শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত গোৰ্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম ছেত্ৰীৰ সঞ্চালনাত অনুষ্ঠিত মহমৰা শাখা সমিতি গঠন সভাৰ আত ধৰে আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত ৰেগমীয়ে। আজিৰ সভাৰ সৰ্বসন্মতি মৰ্মে পাপু ছেত্ৰীক সভাপতি আৰু লস্মন ছেত্ৰীক সম্পাদক হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰে। মহমাৰা শাখা সমিতি গঠন কাৰ্যসূচীত বক্তব্য আগবঢ়াই গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন উপ -সভাপতি জগত শৰ্মা, আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক জ্ঞানন্দ্ৰ শৰ্মা, প্ৰাক্তন সাংস্কৃতিক সম্পাদক উমেশ খুলালে বক্তব্য আগবঢ়াই। ইফালে বৰগাঁও সাংস্কৃতিক সংঘৰ কাৰ্যালয়ত আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত ৰেগমীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত চাধীন ছেত্ৰীক সভাপতি আৰু কপিল উপাধ্যায়ক সম্পাদক হিচাপে লৈ বৰগাঁও শাখা সমিতি গঠন কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…