ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো মাহ জোৰা সজাগতা মূলক কাৰ্য্যসূচিৰে আৰম্ভ হৈছে “পথ সুৰক্ষা সপ্তাহ “। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আয়োজন কৰা হয় সজাগতা অনুষ্ঠান বীৰসিং জৰুৱা ব্লক উন্নয়ন খন্ড কাৰ্য্যলয়ত। উক্ত সজাগতা সভাত পথ সুৰক্ষা সম্পর্কে ভাষন দিয়ে জিলা পৰিবহন বিষয়া আজগৰ আলী। সভাত ব্লক উন্নয়ন বিষয়া, বিভিন্ন গাও পঞ্চায়েত প্ৰতিনিধি, সদস্য। ১৯ তাৰিখ জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ত স্বচ্ছ ভাৰত অভিযান কাৰ্য্য সূচি গ্ৰহণ কৰা হয়। ৰাতিপুৱা ৮ বজাত পৰিবহণ বিষয়া ৰ কাৰ্য্যালয় চৌহদত পতাকা উত্তোলন কৰি পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰে পৰিবহন বিষয়া আজগৰ আলী। ইয়াৰ পিচত সজাগতাৰ উদ্দেশ্য মহিলা বাইক ৰেলীৰ আয়োজন কৰা হয়। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। ইয়াৰ পিচত পৰিবহন বিষয়া কাৰ্য্যালয় চৌহদত পথ সুৰক্ষাৰ ওপৰত এক সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাটগিৰি মহেদয়। আজি পৰিবহন কাৰ্য্যালয়ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বিভিন্ন গাজীর চালক সকলোৰে চকু পৰীক্ষা কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…