মুল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ, কৃষক বিৰোধী কৃষি আইন বাতিল ,গণতান্ত্ৰিক ভাৱে আন্দোলন কৰা আন্দোলনকাৰীক হাৰাশাস্তি কৰা আদিৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি মাজুলীতো জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা সোনোৱাল চৰকাৰৰ বিৰুদ্ধে এক চাইকেল ৰেলি উলিয়ায় । গড়মুৰ ৰাজীৱ ভৱনৰ পৰা মাজুলী ৰাজহচক্ৰ বিষয়া কাৰ্যালয়লৈ উলিওৱা চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি তথা মাজুলীৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ লগতে জিলা কংগ্ৰেছৰ বিষয় ববীয়া সকলে অংশ গ্ৰহণ কৰে। আনহাতে উজনি মাজুলী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ৰাণা পাংগিংৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী সকলে উজনি মাজুলী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয় জেংৰাইমুখ ৰাজীৱ ভৱনত চৰকাৰ বিৰোধী শ্লগান দি চাইকেল ৰেলিৰে উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু উজনি মাজুলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখৰ ধৰ্ণা দিয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…
- ৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…
- নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…
- দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…