January 30, 2021 ডিটেনচন কেম্পত বন্দী ১৯ গৰাকী বাংলাদেশৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যৰ বিভিন্ন কাৰাগাৰ আৰু ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশৰ ১৯ গৰাকী নাগৰিকক ২৮ জানুৱাৰী তাৰিখে স্বদেশলৈ ওভতাই পঠোৱা হয়। নিয়ম অনুসৰি তেওঁলোকে কাৰাগাৰৰ ম্যাদ শেষ কৰে আৰু সেয়ে তেওঁলোকক নিজ দেশলৈ প্ৰেৰণ কৰা হয়। Author: দৈনন্দিন বাৰ্তা Related Articles হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026 ভুৱা চিকিৎসকৰে ভৰি পৰিছে অসম ৫৯টা গোচৰ ৰুজু , ৬২জনক গ্ৰেপ্তাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - June 27, 2026 অনুৰাগীৰ বাবে পুনৰ মুকলি জুবিনক্ষেত্ৰ দৈনন্দিন বাৰ্তা - June 26, 2026