চলিত খাৰিফ বিপণন বৰ্ষত দেশৰ প্রায় ৮৬ লাখ ৭৯ হাজাৰ কৃষক লাভান্বিত হৈছে। এই সময়চোৱাত কৃষকসকলে এক লাখ ১২ হাজাৰ ৭০৯ কোটি টকাৰ ন্যূনতম সমর্থন মূল্য লাভ কৰিছে। কেন্দ্রীয় কৃষি মন্ত্রালয়ে এই বিষয়ে প্রকাশ কৰি কৈছে যে দেশৰ ১৬ খন ৰাজ্যত নিয়াৰিকৈ ধানৰ ক্রয় প্রক্রিয়া অব্যাহত আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জটিল ৰোগত আক্রান্ত ৰাজ্যিক ফুটবল ৰেফাৰী,ক্ৰীড়াবিদ শান্তনু গগৈক আপোনাৰ সহায়ৰ প্ৰয়োজন
- পুনৰ ৰহা টোল গেটত অঘটন
- বাঢ়নী পানীত প্লাৱিত পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল
- তেজপুৰত ৰূপকোঁৱৰৰ ১২২ সংখ্যক ওপজা দিন উদযাপন
- গো-মাংস কটা লৈ উত্তাল
- যোৰহাটত ১কোটি ২০লাখ ড্ৰাগছ সহ সৰৱাহকাৰীক আটক
- যোৰহাট কেন্দ্ৰীয় ঈদগাহত সমূহীয়া ঈদৰ নামাজ সম্পন্ন
- শান্তিপুৰত তিনিকুৰি মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ বৃত্তিমুখী শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে ভবিষ্যত জীৱন সুন্দৰকৈ সজাই তুলিব পাৰে…
- আহাৰমহীয়া পথাৰত নাই পোনা মাছ, পানী বেং; জোক দেখিবলৈ নাই! যান্ত্ৰিকতাৰ নামত ট্ৰেক্টৰৰ চকাই নিঃশেষ কৰিছে সকলো…
- চিনেমা নহয়, বাস্তৱ কাহিনী! চোৰ ধৰিবলৈ চলন্ত ৰে’লৰ পৰা জঁপিয়ালে এগৰাকী মহিলাই…