কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ডিজিটেল পদ্ধতিৰে দাখিল কৰিলে ২০২১-২০২২বৰ্ষৰ বাজেট । সংসদত প্ৰথমবাৰৰ বাবে দাখিল কৰা হ’ল কাগজবিহীন বাজেট। ২০২১-২২ৰ বাজেটত অসমৰ বাবে বিশেষ পেকেজ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আগন্তুক তিনিটা বৰ্ষৰ ভিতৰত অসমত ১৩০০ কিলোমিটাৰৰ নতুন ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ এই বাজেটত। লগতে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মুঠ ৩৪০০কোটি টকা ধাৰ্য কৰা হ’ল বাজেটত। অসম, তামিলনাডু, পশ্চিমবংগ আৰু কেৰালাৰ ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত ঘোষণা কৰা হ’ল বিশেষ পেকেজ। তামিলনাডুত ১.০৩ লাখ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ’ব ৩৫০০কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। লগতে কেৰালাৰ ১১০০ কিলোমিটাৰৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হয় ৬৫ হাজাৰ কোটি। তাৰোপৰি পশ্চিমবংগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে মুঠ ২৫০০০কোটিৰ বাজেট ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…
- জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…
- কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…
- বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা