মৰিগাঁও জিলাৰ নিজ কপাহেৰাত দুদিনীয়াকৈ চুকাফা দিৱস পালন কৰা হয়। অসম আৰু অসমীয়া জাতি গঠনৰ পুৰুধা পুৰুষ চাওলুং চুকাফাৰ ত্যাগ আৰু বীৰত্বক সুৱঁৰি যোৱা ৩০, ৩১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন কৰা হয়। এয়েলৈ প্ৰথম দিনা সন্ধিয়া ৬ বজাত ফী মুঙ পূজা কৰা হয় মহন বাইলুং সন্মিলন পণ্ডিত পৰিষদৰ দ্বাৰা। দ্বিতীয় দিনা পূৱা ৯ বজাত পতাকা উত্তোলন কৰে জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে। ১০ বজাত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পন কৰে জিলা টাইপাৰ সভাপতি দিব্যজ্যোতি সন্দিকৈয়ে। ১১ বজাত সমূহীয়া প্ৰাথনা সভা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে ১১,৩০ বজাত পৰিচালনা সমিতিৰ সভাপতিৰ ঠগীত চন্দ্ৰ বৰদলৈৰ সঞ্চালনত মুকলি সভা অনুষ্ঠিত হয়। এই সভাত কেন্দ্ৰীয় টাইপা সমিতিৰ সভাপতি দিলীপ গগৈ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। জিলা আৰক্ষী অধীক্ষক নন্দসিঙ বৰকলা উপস্থিত থাকি অসমীয়া জাতীয় জীৱনত চুকাফাৰ অৱদান সম্পৰ্কে কয়।ধন্তি বৰুৱাই উদ্বোধনী ভাষণ দি উপস্থিত সমূহ অতিথিকেঅসমীয়া জাতিৰ বাবে চাওলুং চুকাফাৰ এই দিৱসৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।সভাত অঞ্চলৰ বিদ্যালয়ৰ অধ্যক্ষ সকলৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।
খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…