বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত টেঙাবস্তিত এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ ইটাখোলাত চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৩০ জানুৱাৰীৰ নিশা বিবাহিত মহিলা গৰাকীক আব্দুল ৰহমানে ঘৰত মহিলাগৰাকীৰ স্বামী মহম্মদ ৰেজাউদ্দিন নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ দেৱাল বগাই অনাধিকাৰভাৱে প্ৰৱেশ কৰি মহিলা গৰাকীক যৌন নিৰ্যাতন চলাই। অসহায় মহিলা গৰাকী চিৎকাৰ শুনি নিশাই স্থানীয় লোকে ওলাই অহাত আব্দুল ৰহমান নামৰ লোকজন হাতে-লোটে ধৰা পৰাত ৰাইজে উত্ত্ম-মাধম সোধাই। এই সন্দৰ্ভত নিৰ্যাতিত মহিলা গৰাকীয়ে ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। পিছত এজাহাৰৰ ভিত্তিত ইটাখোলা আৰক্ষী চকীয়ে গোচৰ ৰুজু কৰি আব্দুল ৰহমানক কৰায়ত্ব কৰি জেল হাজুতলৈ প্ৰেৰণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…