saraswati puja 2025: বাগদেৱীৰ বন্দনাৰে মুখৰ মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ

আজি বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা।(saraswati puja 2025) বাগদেৱীৰ বন্দনাৰে মুখৰ মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে স্থানীয় আন আন বিদ্যালয় সমূহত আধ্যাত্মিকতা আৰু মাংগলিক ধ্বনিৰে সৰস্বতী পূজা আয়োজন কৰা হয়।অঞ্চলবাসীৰ লগতে সৰস্বতী পূজাৰ মাদকতাত বিলীন সৰ্বস্তৰৰ ৰাইজ।

আমাৰ তৰফৰ পৰাও জনাইছো প্ৰাৰ্থনা শুভ দিনটোত বাগদেৱী আই সৰস্বতী আশিসেৰে শিক্ষাৰ্থী তথা আটাইকে জ্ঞান আৰু প্ৰজ্ঞাৰে শক্তিৱন্ত কৰি তোলক।

Related Articles