অসমৰ বাবে এক ভাল খবৰ৷ (Jaapi)
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত অসমৰ জাপিৰ আৰ্হিত চিত্ৰ অংকন কৰিছে৷
যি জাপি আমাৰ অসমৰ গৌৰৱৰ অনন্য প্ৰতীক হিচাপে জিলিকি আছে৷(Air India Express)
এতিয়া আকাশতো জিলিকিব অসমীয়াৰ স্বাভিমান জাপি।
জাপিৰ চিত্ৰৰে সুশোভিত বিমানৰ ব্যৱস্থা এয়াৰ ইণ্ডিয়াৰ।
মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰে এই কথা।

