Jhumoir Binandini: ঝুমইৰে ৰচিলে বিশ্ব অভিলেখ, সৰুসজাইত ৮ সহস্ৰাধিক যুৱক-যুৱতীৰ ঝুমইৰ নৃত্য প্ৰদৰ্শন

ঝুমইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে৷(Jhumoir Binandini)

৮ সৰুসজাইত ৮ সহস্ৰাধিক যুৱক-যুৱতীয়ে পৰিৱেশন কৰিলে ঝুমইৰ নৃত্য।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় ঝুমইৰ নৃত্য।

আন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী। অসমীয়া ভাষাৰেই ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ঝুমইৰ নৃত্য প্ৰদৰ্শন ঝুমইৰৰ ৰঙেৰে উদ্ভাসিত হ’ল সৰুসজাই ষ্টেডিয়াম।

ৰাজ্যৰ চাহ বাগিচাসমূহত সম্প্ৰচাৰ হ’ব এই বিৰল মুহূৰ্ত।

লেজাৰ শ্ব’ৰে জাতিষ্কাৰ হৈ উঠিল সৰুসজাই ষ্টেডিয়াম।

Related Articles